For this new year, we bring you the latest 25 status, thoughts, quotes for this year 2020. These status are about love, fun and motivational.
মোৰ HEARTBEAT বঢ়াবৰ বাবে তোমাৰ নামটোৱেই যথেষ্ট
জীৱনত এনেই এজন মানুহ থকাটো খুবেই প্ৰয়োজন যাক হৃদয়ৰ কথাবোৰ কবলৈ শব্দৰ প্ৰয়োজন নহয় ।
তেতিয়া বেছি কষ্ট অনুভৱ কৰোঁ যেতিয়া সঁচা কথা কোৱাৰ পাছতো কোনোৱে মোক বিশ্বাস নকৰে ।
নালাগে যথেষ্ট ধন সম্পদ, নালাগে এই নিষ্ঠুৰ যৌৱন, পাৰিলে মোক উভতাই দিয়া সেই সোণোৱালী শৈশৱ।
প্ৰেম Bluetooth ৰ নিচিনা ওচৰলৈ আহিলে connected দূৰলৈ গলে Searching For a New Device
আমি মানুহবোৰে ভাবো উৰিব পৰাকৈ দুখন পাখি থকাহেঁতেন, আৰু পখীয়ে ভাবে থাকিবলৈ এটা ঘৰ পোৱা হেঁতেন ।
সমস্যাৰ পৰা আঁতৰি পলাই ফুৰাটো সহজ কিন্তু , সমস্যাৰ সন্মুখীন হৈ , জীৱনৰ সৈতে যুদ্ধ কৰাটোহে কঠিন ।
জীৱনৰ সমস্যাবোৰ ডাঙৰ নহয়, আচলতে আমিহে সৰু, যেতিয়াই আমি নিজকে ডাঙৰ আৰু সমস্যাবোৰ সৰু বুলি ভাবিব পাৰিম, তেতিয়াৰ পৰা জীৱনটো সহজ হৈ পৰিব ।
থমকি নৰবা, তুমি যিমান ভাবা, জীৱনটো তাতকৈ বহু বেছি গতিৰে আগুৱাই গৈ আছে।
তোমাৰ জীৱনৰ আটাইটকৈ ভাল সিদ্ধান্ত তোমাৰ বাহিৰে আন কোনেও ল'ব নোৱাৰে ।
ধুমুহা অহাটো প্ৰয়োজনীয়, কাৰণ তেতিয়াহে গম পাই কোনে হাত খামুচি ধৰিব আৰু কোনে এৰি দিব ।
তোমাৰ যাত্ৰা পথত যদি কোনোবাই তোমাক অকলশৰে এৰি থৈ আঁতৰি গৈছে, হতাশ নহবা । সিহঁত আঁতৰি যোৱাৰ মূলতে হল, এই যাত্ৰা পথ তুমি নিজেই অতিক্ৰম কৰাৰ যোগ্য ।
মানুহৰ মন আৰু বতৰৰ মাজত বহুত মিল আছে, বতৰো সলনি হবলৈ বেছি সময় নালাগে আৰু মানুহৰ মনটোকো ।
সকলো বস্তু জোৰ কৰি পাব পাৰি ভালপোৱা জোৰ কৰি পাব পাৰি কেতিয়াও জীয়াই ৰাখিব নোৱাৰি ।
কাৰোবাক মৰম দিয়াতো আটাইতকৈ ডাঙৰ উপহাৰ আৰু বেলেগৰ পৰা পোৱা মৰমবোৰ আটাইতকৈ ডাঙৰ সন্মান ।
যিজনে বহুত বেছি ভালপায় তেওঁহে আপোনাক বহুত বেছি শাসন আৰু অভিমান কৰে ।
মিছা ক'লে কি হ'ব ? প্ৰথম প্ৰেমে মোবাইল SILENT কৰি ৰাখিবলৈ শিকায় ।
তেঁৱেই বেছি কান্দে , যাৰ চকুৰ পানী মুচি দিবলৈ কোনো নাই, চকুপানী মুচি দিয়া মানুহ থাকিলে, কন্দাটোও সুখ ।
যিদিনা নাৰী নিৰ্যাতন , ধৰ্ষণ বিলুপ্ত হব, সিদিনাখননেই প্ৰকৃত নাৰী শক্তিৰ আৰাধনা সাৰ্থক হব ।
যি বন্ধুৱে কৈছিল জীৱনভৰ বন্ধুত্বৰ সম্পৰ্ক ৰক্ষা কৰিম আজি traffic police checking ৰ সময়ত সিয়ে মোক অকলে এৰি থৈ গল
অলপমান খং আৰু অলপ অভিমান অবিহনে সম্পৰ্ক এটা কেতিয়াও সম্পূৰ্ণ নহয় ।
জীৱন নামৰ কিতাপখনৰ সেই বিশেষ পৃষ্ঠাবোৰ সদায় পঢ়োঁ জানা, য'ত তুমি আছা আৰু আমাৰ স্মৃতিবোৰ আছে ।
ৰূপ বেয়া হলেও তাক সুন্দৰ চৰিত্ৰৰে ঢাকি ৰাখিব পাৰি , কিন্তু চৰিত্ৰ বেয়া হলে তাক সুন্দৰ ৰূপেৰে ঢাকি ৰাখিব নোৱাৰি ।
No comments:
Post a Comment