গল্পটো পঢ়ি কোনেও কিন্তু নাকান্দিব প্লিজ!
এবাৰ এক প্ৰেমিক প্ৰেমিকা বিয়া পাতিব বুলি ঠিক কৰিলে ,
বিয়াৰ কিছু মাহ আগতে লৰাটোৱে বিদেশত গুছি গল , আৰু তাৰ তিনি বছৰ পিছতেই ছোৱালী জনীৰ এক্সিডেন্ট হল ,আৰু ছোৱালীৰ জনীৰ চেহৰা একেবাৰে নষ্ট হয় গল !
আৰু তাৰপিছত ছোৱালী জনীয়ে লৰাটোক ফোন মাৰি কলে যে ,মই তোমাক বিয়া পাতিব নোৱাৰো ,
লৰা জনে কলে কিয়...? তেতিয়া ছোৱালী জনীয়ে কলে মোৰ এক্সিডেন্ট হৈছে, আৰু চেহৰা নষ্ট হৈ গৈছে, মই গোটেই জীৱন এনেকুৱা কুৎসিতে থাকিব যাম ।
তুমি তোমাৰ বাবে সুন্দৰী কোনো
ছোৱালী এজনী বিছাৰি উলিওৱা ,
কাৰন মই তোমাৰ যোগ্যতা নহয় ।
ইয়াৰ পিছত সি তেওঁৰ প্ৰেমিকৰ পৰা
উত্তৰ পালে :

যিয়ে নহক মোৰ নিজৰো এটা সমস্যা হৈছে, সেইগতিকে মই দেশত উভতি আহি আছো ।
তেতিয়া ছোৱালী জনীয়ে কলে, তোমাৰ কি সমস্যা হৈছে ...? তাৰপিছত লৰা জনে কলে মোৰ চকুৰ সমস্যা হৈছে, মই অন্ধ হৈ থাকিম ,ইয়াৰ পিছতো যদি তুমি মোক গ্ৰহণ কৰিব পাৰা তেনেহলে মই তোমাকেই বিয়া পাতিম ...!
এনেকুৱা কৈ তেওঁলোকে বিয়া পাতি, আৰু ভালপোৱা, বুজাবুজি, আনন্দত 20 বছৰ
পাৰ কৰি দিলে ...
ছোৱালী জনীয়ে অন্ধ স্বামীৰ চকুৰ আলো/পোহৰ আৰু পথপ্ৰদৰ্শক হৈ থাকে ...!
ইয়াৰ পিছত এদিন ছোৱালী জনীয়ে মৃত্যু সজ্জাত গুছি যায় ,কিন্তু তেওঁ মন বেয়া কৰি পেলাই
যে সি তেওঁৰ প্ৰিয়তমক আৰু অন্ধ অবস্থাত পেলাই থৈ যাব ...!...

শেষ পৰ্যন্ত ছোৱালী জনীয়ে মৃত্যুক সাবটি ললে,
সেইদিনা তেওঁৰ স্বামী চকু মেলি সকলোকে আচৰিত কৰি দিলে ...

লৰা জনে কলে : মই অন্ধ নাছিলো ।
মই ধেমালি কৰিছিলো যে মই অন্ধ,
কাৰন সি যাতে তেওঁৰ অসুন্দৰ চেহেৰাৰ
বাবে কেতিয়াও নিজকে সৰু বুলি নাভাবে ।
কাৰন মোৰ ভালপোৱা
তেওঁৰ চেহেৰাৰ প্ৰতি নাছিল ,
মোৰ ভালপোৱা আছিল তেওঁৰ মনৰ প্ৰতি ...
এইটোৱেই সত্যকাৰী ভালপোৱা ।
আৰু সত্য প্ৰেম ভালপোৱা এনেকুৱাই হয় ...
No comments:
Post a Comment