অসমীয়া কৌতুক | হাঁহিৰ | জমনি (Koutuk) - 2021
প্ৰশ্ন এটাৰ উত্তৰ দিয়া ।
গোলাঘাটৰ পৰা গুৱাহাটীলৈ ৮তন বস্তূ লৈ পানজাৱ বদি এখনক মই পথাব লৈছো । আৰু গাড়ি চালক জনক কৈ পথাইছো কেনেবাকে গাড়িত কপাহ গুুতি এতাও পৰে তেতিয়া গাড়ি উজন বাছি হৈ নাচলিব । আৰু গাড়ি খন গোলাঘাটৰ পৰা হৈ ৰঙাজান পাই তাৰ পিছত নুমলীগড় পাই গৈ আছে এতিয়া বুকাখাট পাই কাজিৰঙা পাৰ হৈ বুড়া পাহাৰ পালেগে আৰু বুড়া পাহাৰতে মলুৱা এটা উথিল কিন্ত্তু গাড়ি খন গৈ আছে কিন্ত্তু কিয় গাড়ি খন ৰৈ নগল. কাৰন গাড়িত কপাহ গুুতি পৰিলতো বেছি উজন হৈ নোজোৱা হ'ল হয়. এতিয়া কাৰন তো লাগে ।
হাথৰ এটা আছে পাৰিবা নে কোনোবাই ?
মাজুলিত বান পানি আহিল তাত এঘৰ মানুুহৰ ঘৰত ১২ তা ছাগলী আছিল অৰু পৰিয়াল ৪জন . এতিয়া এই পাৰত আহিবলে এখন নাওঁ আছে কিন্ত্তুু নাওঁত ১১ তা ছাগলী হে নিব পাৰিব .কিন্ত্তু নাওঁত এটা কপাহ গুতিও পৰে নাওঁ খন দুবি জাব .হেই বাবে ১১ তা ছাগলী ৪ জন মানুহ লৈ ইপাৰলৈ আহি আছে কিন্ত্তু পানিৰ মাজতে ১১ তা ছগলীয়ে মল ত্যাগ কৰিলে আৰু নওঁ খন মলে ভৰাই পেলালা কিন্ত্তু নাও খন নুদুবিল কিন্ত্তু কিয় নুদুবিল মোক কোৱা ?
মেট্ৰীক পৰীক্ষা দি উঠি নগেনৰ পুতেক ৰমেনে বাপেকক সুধিলে। দেউতা আৰ্টচ ,চাইন্স কমাৰ্চ কি লও???
বাপেক: মোৰ পইচা কোনে খাই?গোটেই কিতা ল ।।
নাৰী কি?
নপঢ়িলে পষ্টাব পঢ়িলে কিবা এটা পাব:.ৰাইজ, আপোনালোকে জানেনে নাৰী কি?আচলতে ভগৱানে অফ টাইমত তৈয়াৰ কৰা এক আছৰিত প্ৰাণী । যাৰ মহিমা অপাৰ কোনেও ভালদৰে বুজিবনোৱাৰিলে । তথাপিও আমি বহু বছৰ ধৰি চলোৱা এটি গৱেষণাৰ অন্তত কিছু তথ্য পোহৰলৈ আনিব পাৰিছোঁ। এই ক্ষেত্ৰত মোৰ সহকৰ্মী পত্নীব্ৰতা লেংটিচিগাৰ অবদান অসীম ।*মহিলাবোৰে যিমানে পাৰে সিমানে টকা সাঁচিব খোজে ।☆কিন্তু বজাৰৰ পৰা সকলোতকৈ দামী কাপোৰযোৰ ক্ৰয় কৰে, লাগিলে ২ ফুটিয়া এ হওক কিয় ।*দামী কাপোৰ কিনিলেও পিন্ধিব একো নাথাকে, কিন্তু সাজি-কাচি ওলাওতে ১ ঘন্টা কৰি দিয়ে ।☆ঘন্টাযুৰি সাঁজি কাচি লৈও নিজে সন্তুষ্ট নহয় ।*নিজে সন্তুষ্ট নহয় বাবে গিৰিয়েকে ধুনীয়া লাগিছে বুলি কোৱালৈ ৰৈ থাকে ।☆মহিলা গৰাকীয়ে বিচাৰে যে গিৰিয়েকে প্ৰশংসা কৰক..*যদি প্ৰশংসা কৰেও মুখ ফুলাই বহি থাকিব। যদি নকৰেও মুখেৰে ভোৰভোৰাই গিৰিয়েককে দেখুৱাইইফালৰ পৰা সিফাললৈ মাকোঁ মাৰি থাকিব ।☆কথাই প্ৰতি লোকৰ উদাহৰণ দিব ।*যদি মানি চলে ঠিকেই নহলে তিৰোতাৰ নানান মানসিক অত্যাচাৰ ভোগে বেচেৰা পুৰুষজনে ।.আৰু কিমান সহ্য কৰিব? সেয়ে.........ইউৰেকা !মই বিয়া নাপাতোঁ.
Translate in English
What is a woman?
If you don't study, you will get something if you read :. People, do you know what women are? Indeed a wonderful creature created by God in off time. Whose greatness is infinite, no one could understand it properly. Yet after a research we've done for years, we're able to bring some information to light. The contribution of my colleague Wife Lengtisiga in this matter is infinite. * Women try to save as much money as they can. ☆ But buy the most expensive clothes from the market, even if it's 2 feet. * There is nothing to wear even if you buy expensive clothes, but it is done 1 hours before getting dressed up. ☆ He is not satisfied even after making bells and coughing. * She waits for her husband to say she looks beautiful because she is not satisfied. ☆ The woman wants her husband to appreciate her..* If she praises her, she will sit with her mouth open. If I don't do it, I will show my husband from side to side and kill my mother. ☆ This will give example of everyone. * If he obeys it is okay otherwise the poor man will suffer many mental tortures of the woman. How much more will you tolerate? So......... Eureka! I am not getting married.
শিক্ষক :- নিত্যং কোৱাচোন চাইকেলক সংস্কৃত কি বোলে ?
নিত্যং :- দুইচক্ৰে লৌহে নিমিতং - চেদেল পেদেল ভূষিতং - ব্ৰেক বেলং সংযুক্ততম - ইদং চাইকেলং সংস্কৃতম :::::
ৰূপালীয়ে গুৱাহাটীত কোম্পানীৰ চাকৰি এটাৰ বাবে ইন্টাৰভিউ
দি চাকৰিটো পালে ।
লগে লগে জইন কৰিব লাগে । গতিকে গিৰীয়েকক ঘৰৰখীয়া থৈ
চাকৰিত জইন কৰিবলৈ গুৱাহাটীলৈ আহি চাকৰিত জইন কৰিলে
।
থাকিবলৈ কোম্পানীৰ ফেমেলি কোৱাৰ্টাৰ এটাও পাই গল ।
খবৰটো গিৰীয়েকক জনাবলৈ বুলি মবাইলেৰ পৰা মেচেজ
পথালে যাতে তেওঁ চিন্তা কৰি নাথাকে ।
কিন্তু লৰালৰিৰ কোবত তাতে মেচেজ পথোৱাৰ অভ্যাস নথকা
কাৰনে মেচেজ গিৰীয়েকৰব মোবাইল নম্বৰত নগৈ এনে
এজনৰ মোবাইললৈ চেন্ট হল যি জনে নিজৰ মৃত পত্নীৰ
দাহ সৎকাৰ কৰি আহি ঘৰ পাইছিলহি মাত্ৰ ।
মেচেজ অহা দেখি সেইটো অপেন কৰি পঢ়িয়েই মানুহজন বেহুচ
হৈ ঢলি পৰিল ।
বেহুচ হবই দিয়কচোন যিহে মেচেজ আপুনি হোৱাহলেও বেহুচ নহৈ
নোৱাৰিলেহেতেন কাৰন মেচেজটোত লিখাআছিল:-
.
.
.
.
.
" মই ভালে ভালে আহি পালোহি । ইয়াত থকা মেলাৰ সুন্দৰ
সা সুবিধা আছে । তুমি অকনো দুখ আৰু চিন্তা নকৰিবা । অহা মাহত
তোমাকো ইয়ালৈ লৈ আহিম ।"
বেহুচ নহৈ পাৰে???
বাবলু গ'ল বাবাজীৰ ওচৰলৈ!বাবলু- বাবাজী ইমান দিনে ছোৱালী এজনী পটাব নোৱাৰিলোঁবাবাজী- তোমাক ছোৱালী লাগে?বাবলু- (উৎসাহিত হৈ) হয়!বাবাজী- ছোৱালীবোৰৰ কথা শুনি ভাল লাগে?বাবলু- (লাজ লাজ কৈ) হয় হয় !!বাবাজী- তুমি বিচৰা ছোৱালীবোৰেতোমাক আগুৰি থাকক?বাবলু- (উত্তেজিত হৈ) বাবাজী আপুনি সৰৱজান! আপুনি মোৰ মনৰ কথা কৈ দিলে!!!!.....................বাবাজী- তেনেহ'লে সৌ চাৰি আলিটোত ফুচকা বেচা গৈ যোৱা!
বন্ধু সেইজন নহয়,যি তোমাক
Gift দিয়ে। .বন্ধু হ'ল
সেইজন,যি তোমাৰ টি-
চার্ট টো নি আৰু
ঘূৰাইনিদিয়ে। . .বন্ধু সেইজন
নহয়,যি তোমাক Invite
কৰে। .বন্ধু হ'ল সেইজন,যি
তোমাৰঘৰলৈ আহি কয়,"কি
ৰন্ধা হৈছে,খাবলৈ দে"। .
.বন্ধু সেইজন নহয়,যি তোমাক
Phoneকৰি লগ কৰিবলৈ
কয়। .বন্ধু হ'ল সেইজন,যি
তোমাৰ ঘৰৰসমুখলৈ আহি
ক'ব,"দোস্তক'ত আছ তই?" . .বন্ধু
সেইজন নহয়,যি তোমাৰ
বিপদৰ খবৰশুনি ঘৰত বহি
থাকে। .বন্ধু হ'ল সেইজন,যি
তোমাৰ বিপদত
তোমাৰকাষত আহি কান্ধত
হাত থৈ ক'ব,"চিন্তাকৰিছ
কিয় দোস্ত,মই আছো তো"। .
.বন্ধু সেইজন নহয়,যি অন্যৰ
কথা শুনি তোমাক
সন্দেহকৰে। .বন্ধু হ'ল
সেইজন,যি তোমাৰ উপৰত
সন্দেহ কৰাটো
দূৰৰকথা,কোনোৱে
তোমাৰনামত কিছু ক'লে,সি
তোমাৰ পক্ষলৈ
প্রতিবাদকৰে। . .বন্ধু সেইজন
নহয়,যি তোমাৰ মৃত্যুৰ
পিছততোমাক পাহৰি
যাব। .বন্ধু হ'ল সেইজন,যি
তোমাৰ মৃত্যুৰ পিছত তোমাৰ
সমাধিৰকাষত গৈ কাঁন্দিব
আৰু ক'ব,"ঐ এইয়া লতোৰ'টি-
চার্ট',আৰু ঘূৰাই দে মোৰ
BANDHUTWA.
No comments:
Post a Comment